Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া | seba class 10 science lesson 6 | Class 10 Science ch 6 answers |
Class 10 Science Chapter 6 জীৱন প্ৰক্ৰিয়া | seba class 10 lesson 6 | Class 10 Science ch 6 answers | জীৱন প্ৰক্ৰিয়া Multiple Choice Questions & Answers 1. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায় – (a) শ্বসন। (b) প্রস্বেদন। (c) পৰিপুষ্টি। (d) ৰেচন। উত্তৰঃ (c) পৰিপুষ্টি। 2. […]