Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন
মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন Multiple Choice Questions & Answers 1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা – (a) ছ’ডিয়াম। (b) এলুমিনিয়াম। (c) ক্ল’ৰিণ। (d) ব’ৰণ। উত্তৰঃ (d) ব’ৰণ। 2. মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে– (a) বাঢ়ে। (b) কমে। (c) একেই থাকে। (d) ওপৰৰ এটাও নহয়। উত্তৰঃ (b) কমে। 3. […]
Class 10 Science Chapter 5 মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন Read More »