Explore India Quiz Time
Question Answer
প্ৰশ্নৰ উত্তৰ
1. Answer the following Questions with information from the lesson.
( তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা পাঠটিৰ সহায়ত )
(a) What is quiz?
( কুইজ কি? )
Ans:- Quiz is a test of knowledge between individual or groups held in a form of game, where someone test knowledge by asking questions.
( কুইজ হ’ল এক জ্ঞানৰ প্ৰতিযোগিতা য’ত ব্যক্তিগত বা দলীয় ভাৱে প্ৰশ্ন সুধি জ্ঞানৰ পৰিসীমা জুখি চোৱা হয়। )
(b) How many school teams participated in the quiz programme for the selection phase?
( কিমানখন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল? )
Ans:- Five school teams has participated in the quiz programme for the selection phase.
( ৫ খন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। )
(c) Who was the Quizmaster?
( কুইজ মাষ্টাৰ জন কোন আছিল? )
Ans:- Mr. P.K. Baruah was the Quizmaster.
( মিষ্টাৰ পি.কে. বৰুৱা আছিল কুইজমাষ্টাৰ )
(d) What were the rules of the quiz as announced by the Scorer Aparna?
( গণক অপৰ্ণাই ঘোষণা কৰা অনুসৰি কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ কি কি আছিল? )
Ans:- Aparna announced that there will be five rounds in the quiz competition. In each round each team will get one direct question and for every passed over question, five marks will be awarded. There will be no negative marks for a wrong answer. Each team will get only ten seconds to answer a question. The highest scorer team will be the winner of the competition.
( অপৰ্ণাই ঘোষণা কৰিছিল যে কুইজ প্ৰতিযোগিখন পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ’ব, প্ৰত্যেক পৰ্যায়ত প্ৰতিটো দলক একোটা প্ৰত্যক্ষ প্ৰশ্ন সুধা হ’ব, প্ৰত্যেক শুদ্ধ উত্তৰৰ বাবদ দলবোৰে দহ নম্বৰকৈ লাভ কৰিব আৰু দল বাগৰি অহা প্ৰশ্নৰ বাবদ পাঁচ নম্বৰ লাভ কৰিব, ভূল উত্তৰৰ বাবে কোনো ধৰণৰ ঋনাত্মক নম্বৰ প্ৰদান কৰা নহয়। প্ৰত্যেক দলে উত্তৰ দিবৰ বাবে দহ ছেকেণ্ড সময় লাভ কৰিব। সৰ্বোচ্চ নম্বৰ লাভ কৰা দলটিক বিজয়ী দল হিচাপে ঘোষণা কৰা হ’ব। )
(e) Which team was the winner of the state level school Quiz Competition?
( কোনটো দলে আন্তঃৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয় লাভ কৰিছিল? )
Ans:- Team D was the winner of the state level school Quiz Competition.
( D দলে আন্তঃ ৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয় লাভ কৰিছিল। )
Q.2. How well do you know your country? Complete the following sentences. They are from the lesson and are about our country.
(a) The ancient name of Assam was Kamrup. It was also known as _______.
( অসমৰ পুৰণি নাম আছিল কামৰূপ। ইয়াক _____ নামেৰে জনা গৈছিল। )
Ans:- Pragjyotishpur ( প্ৰাগজ্যোতিষপুৰ) ।
(b) Su-ka-pha established the Ahom Kingdom in Assam in the year ______.
( চুকাফাই অসমত আহোম সাম্ৰাজ্য স্থাপন কৰিছিল ____ চনত? )
Ans:- 1228 A.D. ( ১২২৮ এ.ডি.)
(c) ______ does not share its border with Assam.
( _______ য়ে অসমৰ সৈতে সীমাত লাগি থকা নাই। )
Ans:- Myanmar ( ম্যানমাৰ ) ।
(d) The capital of Assam during the Ahom rule was _______.
( বৃটিছ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিল ______ ।)
Ans:- Rangpur ( ৰংপুৰ )
(e) The colours of our tricolour National flag are _____ and ______,______.
( আমাৰ ত্ৰিৰংগা জাতীয় পতাকাখনৰ ৰংসমূহ হৈছে ______ আৰু _____, _____)
Ans:- Saffron, white and green.
( গেৰুৱা, বগা আৰু সেউজীয়া )
(f) White stands for ____ and ____.
( বগা ৰংঙে —— আৰু —– সূচায় )
Ans:- Peace and truth
( শান্তি আৰু সত্য )
(g) Mahatma Gandhi was born in ______ in the state of _____.
( মহাত্মা গান্ধী ——- ত —- ৰাজ্য়ত জন্মগ্ৰহণ কৰিছিল। )
Ans:- Porbandar, Gujarat
( পোৰবন্দৰ, গুজৰাট। )
(h) Amritsar in Punjab is famous for the _____ of the _____.
( পঞ্জাৱৰ অমৃতসৰ ——ৰ —– বাবে বিখ্যাত )
Ans:- Golden Temple, Sikhs.
( স্বৰ্ণ মন্দিৰ, শিখসকলৰ )
(i) The largest population of Indian rhino can be seen in ____.
( ভাৰতৰ গড়ৰ সৰ্বাধিক সংখ্যা _____ ত দেখা পোৱা যায়। )
Ans:- Kaziranga National Park.
( কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান )
(j) The ancient name of Patna, the capital of Bihar, was ______.
( বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম আছিল _____ )
Ans:- Patliputra. ( পাটলিপুত্ৰ )
(k) The Qutub Minar, the world’s tallest free standing stone tower was built in _____ by ____.। )
Ans:- 1193, Qutubuddin Aibak. ( ১৯৯৩ চনত, কুটুবুদ্দিন আইবাক। )
“Explore India Quiz Time” is a quiz designed for students in Class 8 to enhance their knowledge about India’s geography, history, culture, and heritage. The quiz covers various aspects of India’s diverse and rich heritage, allowing students to learn while having fun.

We Karaiuni Jatiya Vidyalaya very happy to help our students of Assam with their taxtbook solution at one website. I am Enamul Hoque Kamal the owner of www.kjv.co.in and a Vice Principal of Karaiuni Jatiya Vidyalaya.
