dokchory learns about the panchayat, Class 8 English Answers dokchory learns about the panchayat question answer, dokchory learns about the panchayat answer, class 8,class 8 english dokchory learns about the panchayat question answer, class 8 dokchory learns about the panchayat, kjv class 8 english ch 4
Dokchory Learns About The Panchayat
Words Meaning
Dokchory Learns About The Panchayat
Translation
Q.1. Here are some words from the text and their meanings. Test your understanding by matching the words on the left with their meanings by matching the words on the left with meanings on the right.
(তলত পাঠটিৰ পৰা বহুতো শব্দ দিয়া হৈছে অৰ্থ সহিত। এতিয়া প্ৰত্যেক শব্দৰ বিপৰীতে অৰ্থবোৰ মিলেৱা। )
Words and their meaning ( শব্দ আৰু ইয়াৰ অৰ্থ)
Ans:-
(i) institution (অনুষ্ঠান ) > organisation or society. ( অনুষ্ঠান অথবা সমাজ)
(ii) elections ( নিৰ্বাচন ) > the exercise through which we vote for new leaders. ( সদস্য নিৰ্বাচন প্ৰক্ৰিয়া )
(iii) sincerity ( সততা ) > devotion to a purpose. ( আন্তৰিকতা )
(iv) differently- abled ( বিশেষভাবে সক্ষম) > having a physical or mental condition that makes it difficult for a person to do all the work that other people do. ( শাৰীৰিক বা মানসিক ব্যাধি যিয়ে মানুহক কাম কৰাত অসুবিধাৰ সৃষ্টি কৰে। )
(v) schemes ( পৰিকল্পনা ) > plans (আঁচনি )
(vi) substantial (দ্ৰব্য ) > large in size or amount. (আকাৰত ডাঙৰ )
(vii) rural ( গ্ৰাম্য ) > relating to village or the countryside. ( গাঁৱৰ লগত জড়িত )
(viii) tax ( ৰাজহ ) > The money citizens of a country have to pay the government to help it do different kinds of work. (এখন দেশৰ নাগৰিকে চৰকাৰক বিভিন্ন ধৰণৰ কাম কৰাত সহায় কৰিবলৈ পৰিশোধ কৰিব লাগিব।)
(ix) quarrel ( কাজিয়া ) > angry dispute, unfriendly relations with someone. (খঙাল বিবাদ, কাৰোবাৰ সৈতে বন্ধুত্বহীন সম্পৰ্ক)
(x) governance ( শাসন ) > manner of governing or ruling. ( শাসন পদ্ধতি )
Q.2. Complete the following sentences with information from the text.
( তলৰ বাক্যসমূহৰ পাঠটিৰ সহায় লৈ সম্পূৰ্ণ কৰা। )
Ans:
(a) Dokchory studies in class Eight VIII
( ডকচৰী অষ্টম শ্ৰেণীত পঢ়ে )
(b) The name of her school is Disangmukh Janajati High School.
( তাইৰ স্কূলৰ নাম হ’ল দিচাংমূখ জনজাতী হাই স্কূল । )
(c) Her father’s name is Konke Mili.
( তাইৰ দেউতাকৰ নাম কংকে মিলি )
d) He works in the Panchayat Office.
( তেখেতে পঞ্চায়ত অফিচত কাম কৰিছিল। )
(e) Dokhcory goes to school by bicycle.
( ডকচৰী চাইকেলেৰে স্কূল গৈছিল। )
(f) She loves the ride because she gets to know new things every day.
( তাই ফুৰিবলৈ গৈ ভাল পাইছিল কিয়নো তাই নতুন নতুন কথা জানিব পালে। )
(g) To contest the Panchayat elections, one has to be above twenty-one years old.
( পঞ্চায়ত নিৰ্বাচন ভাগ ল’বলৈ হ’লে ২১ বছৰৰ উৰ্ধ্ব হ’ব লাগিব । )
Q.3. Answer the following questions to understand the text better.
( তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যাতে পাঠটি ভালদৰে বুজি উঠা )
(a) What was the meaning of Panchayat long ago?
( পূৰ্বতে পঞ্চায়তৰ অৰ্থ কি আছিল?
Ans:- The meaning of Panchayat is a system of governance by five elderly men called Panch Gramin Pramukh.
(পঞ্চায়তৰ অৰ্থ পঞ্চ গ্ৰামীণ প্ৰমুখ নামৰ পাঁচজন বৃদ্ধ লোকৰ শাসন ব্যৱস্থা )
or
The meaning of Panchayat is many many long ago a system governed by five elderly men called Panch Gramin Pramukh.
(পঞ্চায়তৰ অৰ্থ বহু আগতে পঞ্চ গ্ৰামীণ প্ৰমুখ নামৰ পাঁচজন বৃদ্ধ লোকৰ শাসন ব্যৱস্থা )
b) What is the meaning of Panchayat Now?
( পঞ্চায়ত বুলিলে বৰ্তমান কি বুজা? )
Answer: Anyone over twenty-one can contest Panchayat elections. The Panchayat is responsible for village development and plays a key role in social change. The Indian Constitution allows the Panchayat to raise taxes, plan development, and work for local progress.
( বৰ্তমান সময়ত ২১ বছৰ ঊৰ্ধ্বৰ যিকোনো লোকে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। পঞ্চায়ত হৈছে গ্ৰামোন্নয়ন প্ৰতি দায়বদ্ধ এক অনুষ্ঠান। ই সামাজিক পৰিৱৰ্তন গুৰুত্ব দিয়ে। ভাৰতীয় সংবিধানে পঞ্চায়তক ৰাজহ সংগ্ৰহ তথা বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণৰ দৰে বিশেষ ক্ষমতা প্ৰদান কৰে।
c. What kind of work is done by the Panchayat?
( পঞ্চায়তে কেনেধৰণৰ কাম কৰে?
Ans:- Panchayat works for the development of villages builds and repairs rural roads, houses for the poor, and so on.
( পঞ্চায়তে গ্ৰাম্য উন্নয়ন, ৰাস্তা পদূলি নিৰ্মাণ তথা মেৰামতি, গৃহ নিৰ্মাণ আদি কাম কৰে। )
d. From where does the panchayat get money to perform all its work?
( পঞ্চায়তে নিজৰ কামসমূহ কৰি যাবৰ বাবে ক’ৰ পৰা পইচা লাভ কৰে? )
Ans:- To perform all its work the Panchayat raises money from taxes on vehicles, river ghats, bazaars, beels etc. Panchayat also gets an annual grant from the Panchayat and Rural Development of the Government.
( পঞ্চায়তে বিভিন্ন যান বাহন, নৈৰ ঘাট, হাট বজাৰৰ পৰা কৰ বা ৰাজহ সংগ্ৰহ কৰে। তাৰোপৰি বিভাগটোৱে প্ৰতিবছৰে বাৰ্ষিক অনুদান চৰকাৰৰ তৰফৰ পৰা লাভ কৰে। )
e. How did the Panchayat help Dhaniram?
( পঞ্চায়তে ধনীৰামক কিদৰে সহায় কৰিছিল? )
Ans:- Panchayat helped Dhaniram by building a house for him.
( পঞ্চায়তে ধনীৰামৰ বাবে এটা ঘৰ সাজি দি তেওঁক সহায় কৰিছিল। )
f) How did Dhaniram spend the cold December nights.
( ধনীৰামে ডিচেম্বৰৰ জাৰৰ ৰাতিবোৰৰ কিদৰে পাৰ কৰিছিল?
Ans:- Dhaniram spends the bitter cold December nights on the open verandah of a school building.
( ধনীৰামে ডিচেম্বৰৰ ঠেটুৱে ধৰা জাৰৰ ৰাতিবোৰ স্কুলৰ বাৰাণ্ডত পাৰ কৰিছিল। )